আমাৰ ট্ৰাকসমূহ
টাটা এচ
সৰ্বাধিক সংখ্যক বিবিধতাৰ সা-সুবিধা আগবঢ়াই এক ব্যাপক পাৰ্শ্বচিত্ৰৰে সৈতে ভাৰতৰ 1 নং মিনি ট্ৰাক ব্ৰেণ্ড হিচাপে BS6 যুগত প্ৰৱেশ কৰি টাটা এচ আৱিৰ্ভূত হৈছে
- ইঞ্জিন
- ইন্ধনৰ প্ৰকাৰ
- জিভিডব্লিউ
- পে'লোড (কিঃগ্ৰাঃ)
- 694 CC- 702 CC
- পেট্ৰ'ল, ডিজেল, ইভি, চিএনজি, বাই-ফুৱেল (চিএনজি+পেট্ৰ'ল)
- 1615 -2120
- 600 কিঃগ্ৰাঃ - 1100 কিঃগ্ৰাঃ
টাটা ইণ্ট্ৰা
পিকআপ ট্ৰাকসমূহৰ টাটা ইন্ট্ৰা ৰেঞ্জত সমাহাৰ ঘটিছে বলিষ্ঠতা আৰু নিৰ্ভৰযোগ্যতা সহ চকুত লগা সৌম্যতা আৰু পৰিশীলনৰ পৰিবৰ্ধিত মাত্ৰা
- ইঞ্জিন
- ইন্ধনৰ প্ৰকাৰ
- জিভিডব্লিউ
- পে'লোড (কিঃগ্ৰাঃ)
- 798 CC- 1497 CC
- বাই-ফুৱেল (চিএনজি+পেট্ৰ'ল), ডিজেল, চিএনজি, বৈদ্যুতিক
- 2120 -3210
- 1000 কিঃগ্ৰাঃ - 1700 কিঃগ্ৰাঃ
টাটা যোদ্ধা
এই শ্ৰেণীটোৰ আটাইতকৈ শক্তিশালী তথা কম ইন্ধন খৰচী ইঞ্জিন আৰু সৰ্ববৃহৎ কাৰ্গো লোডিং এৰীয়াৰ দ্বাৰা সমৃদ্ধ।
- ইঞ্জিন
- ইন্ধনৰ প্ৰকাৰ
- জিভিডব্লিউ
- পে'লোড (কিঃগ্ৰাঃ)
- 2179 CC- 2956 CC
- ডিজেল, চিএনজি
- 2950 -3840
- 1200 কিঃগ্ৰাঃ - 2000 কিঃগ্ৰাঃ
Tata Ace pro
The ACE Pro is built for India’s future. Whether you're looking for the sustainability of electric, the economy of bi-fuel, or the familiarity of petrol, the ACE Pro range gives you options that suit your business needs – without compromise.
- ENGINE
- FUEL TYPES
- GVW
- PAYLOAD(KG)
- 694 cc – 702 cc
- Petrol, Bi-Fuel (CNG + Petrol), EV
- 1460 kg – 1610 kg
- 750 kg

আমাৰ ব্ৰেণ্ড ভিডিঅ'বোৰ চাওক
গেলেৰী
আপোনাৰ প্ৰয়োজনৰ সঠিক ট্ৰাকখন বিচাৰি উলিয়াওক
টাটা মটৰ্ছৰ সৈতে এক অধিক সেউজ ভৱিষ্যতৰ দিশে আগুৱাই যাওক
টাটা মটৰ্ছত, আমি উদ্ভাৱনৰ দ্বাৰা পৰিচালিত। আমাৰ বৈদ্যুতিক মিনি ট্ৰাক আৰু পিকআপবোৰে ব্যৱসায়সমূহক অধিক নিৰ্মল, অধিক সেউজ সমাধান প্ৰদান কৰি ইতিমধ্যে ভাৰতৰ পৰিবহনৰ দৃশ্যপটখনেই সলাই পেলাইছে। বহনক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি, আমি ভৱিষ্যতৰ বাবে কেতবোৰ অধিক বুদ্ধিমান, অধিক দক্ষ সমাধান ব্যৱস্থা সৃষ্টি কৰিবলৈ – বৈদ্যুতিক আৰু ইয়াৰ সীমা অতিক্ৰমি – আমাৰ বৈকল্পিক ইন্ধনসমূহৰ পৰিসৰ সম্প্ৰসাৰিত কৰি আছোঁ।
70%
Lower Emissions
300KM
Per Charge (Upto)
40%
Lower Cost than Diesel
1K+
Charging Stations


সদায় উৎকৃষ্ট: এটা নতুন যুগৰ উন্মেষ
টাটা মটৰ্ছ-এ পৰিবহন ব্যৱস্থাৰ ভৱিষ্যটো পুনৰনিৰ্মাণ কৰি আছে। উদ্ভাৱন, বহনক্ষমতা আৰু সৰ্বোত্তম কৰি তোলা মালিকীস্বত্বৰ ওপৰত নিৰলসভাৱে গুৰুত্ব আৰোপ কৰা আমাৰ এই ৰিব্ৰেণ্ডিং-এ প্ৰতিটো যাত্ৰা শক্তিশালী কৰি তোলাৰ প্ৰতি থকা আমাৰ প্ৰতিশ্ৰুতিৰ কথাকে প্ৰতিফলিত কৰে। এই ৰূপান্তৰণ হৈছে এক পৰিৱৰ্তনৰো অধিক; ই হৈছে আমাৰ সকলোৰে বাবে অধিক স্মাৰ্ট, অধিক নিৰ্মল আৰু অধিক উন্নত সমাধান প্ৰদান কৰাৰ প্ৰতি থকা আমাৰ প্ৰতিশ্ৰুতি। সদায় উৎকৃষ্ট হ'বলৈ।
সফলতাৰ মন্ত্ৰ
টাটা মটৰ্ছৰ সৰু সৰু ট্ৰাকবোৰ আপোনাৰ ব্যৱসায়ৰ বিকাশ আৰু দক্ষতা বৃদ্ধি কৰিবলৈ ডিজাইন কৰা হৈছে। অত্যাধুনিক প্ৰযুক্তি, অতুলনীয় সমৰ্থন আৰু বহনক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি – আপোনাক এখন ক্ৰমবিকশিত বজাৰত মূল্যায়ন, সঞ্চয় আৰু সফলতা প্ৰদান কৰাত সহায় আগবঢ়াই, আমি পৰিবহন ব্যৱস্থাৰ সীমা অতিক্ৰম কৰি কেতবোৰ সমাধান প্ৰদান কৰোঁ।
আপোনাৰ ব্যৱসায়ত সহায় কৰা সেৱাসমূহ
টাটা মটৰ্ছে ইয়াৰ গ্ৰাহকসকলৰ আৰাম আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এলানি বিভিন্ন ধৰণৰ সেৱা আগবঢ়াইছে। এক পূৰ্ণাঙ্গ সেৱা যি আপোনাৰ বাহন আৰু ব্যৱসায়ৰ এক বহনক্ষম জীৱনৰ বাবে আপোনাৰ প্ৰয়োজনীয় সকলোবোৰ সামৰি লয়।
16K
সেৱা কেন্দ্ৰসমূহ
90%
সামৰি লোৱা জিলা
6.4 কিঃমিঃ
নিকটৱৰ্তী ৱৰ্কশ্বপলৈ গড় দূৰত্ব
38
এৰীয়া ছাৰ্ভিচ কাৰ্যালয়
150+
ছাৰ্ভিচ ইঞ্জিনিয়াৰসকল

ফ্লীট এজ্জ-ত দূৰৱৰ্তীভাৱে বাহন চলাচলৰ লাইভ আপডেট লাভ কৰক

বাহনৰ তত্বাৱধানৰ সৈতে জড়িত বিপদাশংকাবোৰ দূৰ বা হ্ৰাস কৰক।

আপোনাৰ প্ৰয়োজনীয় সকলো স্পেয়াৰ পাৰ্টছৰ একে ঠাইতে সমাধান।

ছাৰ্ভিচ আউটলেটসমূহৰ জৰিয়তে নিৰ্দিষ্ট ৰাষ্ট্ৰীয় ঘাইপথসমূহত তত্বাৱধান আৰু মেৰামতি সেৱা।
সকলো শেহতীয়া আপডেট ইয়াত লাভ কৰক







