Tata ইণ্ট্ৰা V10

টাটা ইণ্ট্ৰা হ’ল টি এম এলৰ নতুন ‘প্ৰিমিয়াম টাফৰ’ দৰ্শনৰ আধাৰত সাজি উলিওৱা বিস্তৃত পৰিসৰৰ পিক্‌ আপচ্‌ বাণিজ্যিক বাহন যিয়ে নেকি ভৰসা আৰু শক্তিশালী হোৱাৰ লগতে দৃশ্যগত সমৃদ্ধি আৰু কৌশলগততাৰ সংযোজন ঘটাইছে। ইণ্ট্ৰা V10 হ’ল সেই সকল গ্ৰাহকৰ বাবে যিয়ে নেকি মধ্যমীয়া ওজন আৰু প্ৰ্যয়োগেৰে বাহন চলায়।

ইণ্ট্ৰা V10 হ’ল BS VI সমৃদ্ধ DI ইঞ্জিন যিয়ে নেকি 33Kw (44HP)শক্তি উৎপন্ন কৰে আৰু 110 Nm টৰ্ক যি নেকি 43% ৰে এই শ্ৰেনীৰ বাহন সমূহৰ ভিতৰত আটাইতকৈ উত্তম। এই বাহন ইকো চুইচ্‌ আৰু গিয়েৰ ছিফ্‌ট এডভাইজাৰ (জি এচ এ)ৰ সৈতে আহে যিয়ে নেকি এই শ্ৰেনীৰ বাহন সমূহৰ ভিতৰত সৰ্বাধিক ইন্ধন দক্ষতা গ্ৰাহকে লাভ কৰাটো সুনিশ্চিত কৰে।

ইলেক্ট্ৰিক পাৱাৰ এচিষ্টেট্‌ ষ্টিয়াৰিং (ই পি এ এচ)এ ষ্টিয়াৰিং ঘুৰোৱাৰ পৰিশ্ৰম লাঘৱ কৰাই নহয় ই বাহন চলোৱাটোওঁ অধিক সহজ কৰি তোলে। এক 4.75 মিটাৰ টি চি আৰ আৰু কমপেক্ট ফুটপ্ৰিণ্টে ইয়াক চহৰৰ ব্যস্ততাপূৰ্ন পথ সমূহত চলোৱাত সহজ কৰি তোলে।

NA

জিডব্লিউভি

NA

ফুৱেল টেংকৰ ক্ষমতা

NA

ইঞ্জিন

অধিক মাইলেজ আৰু অধিক পিকআপৰ যোগেদি অধিক উপাৰ্জন কৰক

STURDY AND ROBUST BUILD
  • অধিক বহন পৰিসৰ: 2512 মি.মি. x 1603 মি.মি. (8.2 ফুট x 5.3 ফুট)
  • 165 R 14 টায়াৰ (14 ইঞ্চিৰ ৰেডিয়েল টায়াৰ)
  • মধ্যমীয়া ওজন, আয়তনশীল বোজা আৰু বিভিন্ন ভূ- ভাগৰ বাবে উপযোগী

HIGH POWER
  • দুটা চিলিণ্ডাৰ 799cc DI ইঞ্জিন
  • 33 Kw ৰ শক্তি(44HP)@3750 r/প্ৰতি মিনিটত
  • 110 Nm ৰ টৰ্ক @ 1750-2500 r/ প্ৰতি মিনিটত
  • গাঠনিগত উন্নত সুদৃঢ়তা, অধিক স্থায়িত্ব আৰু নিম্ন পয্যায়ৰ NVH

HIGH PERFORMANCE
  • লিফ স্প্ৰিং চাচপেঞ্চন (6 লিবচ্‌ সন্মুখত আৰু 7 লিবচ্‌ পাছফালে)
  • উচ্চ গ্ৰাউণ্ড ক্লিয়াৰেন্স : বেয়া পথতো আনকি 175 মিলিমিটাৰৰ স্থিৰতা
  • উচ্চ গ্ৰেডেবিলিটি: থিয়ৈ থিয়ৈ ওপৰলৈ উঠি যোৱা পথ আৰু ফ্লাই অভাৰটো 43% মসৃণ যাত্ৰা

BIG ON COMFORT
  • আহল বহল কেবিন: D+2 বহিব পৰাৰ ব্যৱস্থা
  • ইলেক্‌ট্ৰিক শক্তি সহায়ক ষ্টিয়েৰিং
  • উচ্চ কাৰ্য্যকাৰিতা: সৰু ঘূৰণীয়া বৃত্তৰ ব্যাসাৰ্ধ 4.7 মি.মি.
  • দীৰ্ঘ দূৰত্ব নতুবা চহৰৰ যাতায়তৰ বাবে অধিক উপযোগী

HIGH SAVINGS
  • গিয়েৰ ছিফ্‌ট এডভাইজাৰ
  • ইকো চুইচ
  • অধিক ইন্ধন সক্ষমতা-ইকো আৰু নৰ্মেল গাড়ী চলোৱাৰ দুটা বিকল্প
  • অধিক সঞ্চয়: নিম্ন চোৱা চিতাৰ খৰছ আৰু সামগ্ৰীক দীৰ্ঘায়ু জীৱন

HIGH PROFITS
  • কম সময়ত অধিক অহা যোৱা: অধিক অহা যোৱাই অধিক ৰাজহ নিশ্চিত কৰে
  • মধ্যমীয়া বোজা আৰু প্ৰয়োগৰ বাবে ই উপযোগী

 TATA ADVANTAGE
  • 2 বছৰ নতুবা 72,000 কিলোমিটাৰৰ ষ্টেণ্ডাৰ্ড ৱাৰেণ্টি
  • 24 ঘণ্টীয়া টোল ফ্ৰী হেল্প লাইন নম্বৰ (1800-209-7979)
  • মনৰ শান্তি: টাটা সমৰ্থ আৰু সম্পূৰ্ণ সেৱা পেকেজ
ইঞ্জিন
প্ৰকাৰ -
পাৱাৰ -
টৰ্ক -
গ্ৰেডেবিলিটি -
ক্লাচ্চ আৰু ট্ৰান্সমিশ্যন
গীয়েৰ বক্সৰ প্ৰকাৰ -
ষ্টীয়েৰিং -
সৰ্বাধিক স্পীড -
ব্ৰেকসমূহ
ব্ৰেকসমূহ -
ৰিজেনেৰেটিভ ব্ৰেক -
ছাছপেন্সন ফ্ৰণ্ট -
ছাছপেন্সন ৰীয়েৰ -
হুইল আৰু টায়াৰসমূহ
টায়াৰসমূহ -
বাহনৰ আকাৰ (মিঃমিঃ)
দীঘ -
প্ৰস্থ -
উচ্চতা -
হুইলবেছ -
ফ্ৰণ্ট ট্ৰেক -
ৰীয়েৰ ট্ৰেক -
গ্ৰাউণ্ড ক্লীয়েৰেন্স -
ন্যূনতম টিচিআৰ -
ওজন (কিঃগ্ৰাঃ)
জিভিডব্লিউ -
পেলোড -
বেটাৰী
বেটাৰী ৰসায়ন -
বেটাৰীৰ শক্তি (kWh) -
আইপি ৰেটিং -
প্ৰমাণিত ৰেঞ্জ -
মন্থৰ চাৰ্জিং সময় -
দ্ৰুত চাৰ্জিং সময় -
কৰ্মক্ষমতা
গ্ৰেডেবিলিটি -
ছীটিং আৰু ৱাৰেণ্টী
আসনসমূহ -
ৱাৰেণ্টী -
বেটাৰীৰ ৱাৰেণ্টী -

জড়িত বাহনবোৰ

v40

Intra V40

2910 kg

জিডব্লিউভি

CNG : 110L Petro ... CNG : 110L Petrol : 35L or 5L

ফুৱেল টেংকৰ ক্ষমতা

3 Cylinder, 1199 CC

ইঞ্জিন

Tata Intra V10

Tata ইণ্ট্ৰা V10

NA

জিডব্লিউভি

NA

ফুৱেল টেংকৰ ক্ষমতা

NA

ইঞ্জিন

Tata Intra V20

Tata Intra V20

2265

জিডব্লিউভি

35/5 L CNG Cylin ... 35/5 L CNG Cylinder Capacity- 80 L(45L+35L)

ফুৱেল টেংকৰ ক্ষমতা

1199 cc

ইঞ্জিন

Image V70 Gold right I

Tata Intra V70 Gold

3490 kg

জিডব্লিউভি

35 L

ফুৱেল টেংকৰ ক্ষমতা

1497 cc

ইঞ্জিন