TATA এচ গোল্ড চিএনজি +
টাটা মটৰচে্ ইয়াৰ টাটা এচ পৰিসৰৰ বাহন সমূহৰ দ্বাৰা লাখ লাখ উদ্যোগী ব্যক্তিৰ সফলতাৰ কাহিনী লিখাটো সম্ভৱ কৰি তুলিছে। এই বাহনে ইয়াৰ মালিক সকলক বিত্তীয় স্বাধীনতা প্ৰদান কৰাৰ লগতে নিজেই নিজৰ মালিক হোৱাত সহায় কৰিছে। ভাৰতবৰ্ষৰ এক নম্বৰ মিনি ট্ৰাক টাটা এচৰ চিএনজি যুক্ত বাহন 2008 চনত বজাৰত উলিয়াই দিয়া হয় আৰু ই উদ্যোগী সকলৰ বাবে এক নতুন যুগৰ সুচনা কৰে। টাটা এচ গোল্ড চিএনজি +, টাটা এচে এতিয়া এম এম টি শাখাত মুনাফা আৰু কাৰ্য্যকুশলতা অন্য এটা পয্যায়লৈ লৈ যোৱাত এক বিস্তৃত বিকল্প প্ৰদান কৰিছে।
দিঘ্লীয়া যাত্ৰাত চিএনজি নোপোৱা সমস্যাটো সূচাৰু ভাৱে সমাধান কৰিবলৈ টাটা এচ গোল্ড চিএনজি + সাজি উলিওৱা হৈছে। চিএনজিৰ সুবিধা সমূহৰ পৰা উপকৃত হব খোজা ব্যক্তি সকলৰ বাবে “প্লাচ” টুৰ ৰেঞ্জ, “প্লাচ” ট্ৰিপ আৰু “প্লাচ” হ’ল উপাৰ্জনৰ বাবে আদৰ্শ বাহন।
NA
জিডব্লিউভি
NA
ফুৱেল টেংকৰ ক্ষমতা
NA
ইঞ্জিন
অধিক মাইলেজ আৰু অধিক পিকআপৰ যোগেদি অধিক উপাৰ্জন কৰক
- Bigger Head Lamp with 5X Improved illumination intensity
- Improved Focus Range for safe night and early morning driving
- New steering box with 35% reduced steering effort
- গাড়ী চলোৱাৰ সময়ত উন্নত তথ্যৰ বাবে ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাছটাৰ
- ডাঙৰ গ্লোভ বাকচ
- ইউ এচ বি চাৰ্জাৰ
- উচ্চ শক্তি: অধিক গতিৰ বাবে 19040 কিলোৱাট (26 অশ্ব শক্তি) @ 4000 আৰ পি এম
- অধিক পিক্আপ: ক্ষিপ্ৰ ভ্ৰমণৰ বাবে 51 এন এম @2500 4000 আৰ পি এম
- অধিক গ্ৰেডেবিলিটি: ঢালান আৰু উৰণীয়া সেতুৰ সৈতে মোকাবিলা কৰিবৰ বাবে 28%
- এক ইন্ধন দক্ষ দুটা চিলিণ্ডাৰ যুক্ত 19.40 কিলোৱাট (অশ্ব শক্তি) সম্বলিত ইঞ্জিনে সৰ্বোচ্চ মাইলেজ আৰু গিয়েৰ চিফ্ট এডভাইজাৰে সৰ্বোত্ত্ম ইন্ধন দক্ষতা প্ৰদান কৰে।
- 2520 মি.মি. (8.2 ফুট)দীঘ্ল ভাৰ বহন অবয়বৰ ট্ৰাক সমূহৰ ভিতৰত ই আটাইতকৈ ভাল
- সন্মুখৰ আৰু পাছফালৰ লিফ স্প্ৰিং চাচ্পেনচ্নৰ বাবে অধিক ভাৰ বহন ক্ষমতা
- 605 কেজি ভাৰ বহন ক্ষমতা
| প্ৰকাৰ | - |
| পাৱাৰ | - |
| টৰ্ক | - |
| গ্ৰেডেবিলিটি | - |
| গীয়েৰ বক্সৰ প্ৰকাৰ | - |
| ষ্টীয়েৰিং | - |
| সৰ্বাধিক স্পীড | - |
| ব্ৰেকসমূহ | - |
| ৰিজেনেৰেটিভ ব্ৰেক | - |
| ছাছপেন্সন ফ্ৰণ্ট | - |
| ছাছপেন্সন ৰীয়েৰ | - |
| টায়াৰসমূহ | - |
| দীঘ | - |
| প্ৰস্থ | - |
| উচ্চতা | - |
| হুইলবেছ | - |
| ফ্ৰণ্ট ট্ৰেক | - |
| ৰীয়েৰ ট্ৰেক | - |
| গ্ৰাউণ্ড ক্লীয়েৰেন্স | - |
| ন্যূনতম টিচিআৰ | - |
| জিভিডব্লিউ | - |
| পেলোড | - |
| বেটাৰী ৰসায়ন | - |
| বেটাৰীৰ শক্তি (kWh) | - |
| আইপি ৰেটিং | - |
| প্ৰমাণিত ৰেঞ্জ | - |
| মন্থৰ চাৰ্জিং সময় | - |
| দ্ৰুত চাৰ্জিং সময় | - |
| গ্ৰেডেবিলিটি | - |
| আসনসমূহ | - |
| ৱাৰেণ্টী | - |
| বেটাৰীৰ ৱাৰেণ্টী | - |
জড়িত বাহনবোৰ
Ace Pro Petrol
1460 kg
জিডব্লিউভি
Petrol - 10 Lite ... Petrol - 10 Liters
ফুৱেল টেংকৰ ক্ষমতা
694 cc
ইঞ্জিন
Ace Pro Bi-fuel
1535 kg
জিডব্লিউভি
CNG - 45 Liters ... CNG - 45 Liters (1 cylinder) ; Petrol 5 Liters
ফুৱেল টেংকৰ ক্ষমতা
694 cc
ইঞ্জিন
টাটা এচ ফ্লেক্স ফুৱেল
1460
জিডব্লিউভি
10 L
ফুৱেল টেংকৰ ক্ষমতা
694cc, 2 চিলিণ্ডাৰ, ... 694cc, 2 চিলিণ্ডাৰ, গেছোলিন ইঞ্জিন
ইঞ্জিন





