• Image
    1
  • Image
    2
  • Image
    3
  1. 1
  2. 2
  3. 3

Tata ইণ্ট্ৰা V10

টাটা ইণ্ট্ৰা হ’ল টি এম এলৰ নতুন ‘প্ৰিমিয়াম টাফৰ’ দৰ্শনৰ আধাৰত সাজি উলিওৱা বিস্তৃত পৰিসৰৰ পিক্‌ আপচ্‌ বাণিজ্যিক বাহন যিয়ে নেকি ভৰসা আৰু শক্তিশালী হোৱাৰ লগতে দৃশ্যগত সমৃদ্ধি আৰু কৌশলগততাৰ সংযোজন ঘটাইছে। ইণ্ট্ৰা V10 হ’ল সেই সকল গ্ৰাহকৰ বাবে যিয়ে নেকি মধ্যমীয়া ওজন আৰু প্ৰ্যয়োগেৰে বাহন চলায়।

NA

জিডব্লিউভি

NA

ফুৱেল টেংকৰ ক্ষমতা

NA

ইঞ্জিন

অধিক মাইলেজ আৰু অধিক পিকআপৰ যোগেদি অধিক উপাৰ্জন কৰক

STURDY AND ROBUST BUILD
  • অধিক বহন পৰিসৰ: 2512 মি.মি. x 1603 মি.মি. (8.2 ফুট x 5.3 ফুট)
  • 165 R 14 টায়াৰ (14 ইঞ্চিৰ ৰেডিয়েল টায়াৰ)
  • মধ্যমীয়া ওজন, আয়তনশীল বোজা আৰু বিভিন্ন ভূ- ভাগৰ বাবে উপযোগী

HIGH POWER
  • দুটা চিলিণ্ডাৰ 799cc DI ইঞ্জিন
  • 33 Kw ৰ শক্তি(44HP)@3750 r/প্ৰতি মিনিটত
  • 110 Nm ৰ টৰ্ক @ 1750-2500 r/ প্ৰতি মিনিটত
  • গাঠনিগত উন্নত সুদৃঢ়তা, অধিক স্থায়িত্ব আৰু নিম্ন পয্যায়ৰ NVH

HIGH PERFORMANCE
  • লিফ স্প্ৰিং চাচপেঞ্চন (6 লিবচ্‌ সন্মুখত আৰু 7 লিবচ্‌ পাছফালে)
  • উচ্চ গ্ৰাউণ্ড ক্লিয়াৰেন্স : বেয়া পথতো আনকি 175 মিলিমিটাৰৰ স্থিৰতা
  • উচ্চ গ্ৰেডেবিলিটি: থিয়ৈ থিয়ৈ ওপৰলৈ উঠি যোৱা পথ আৰু ফ্লাই অভাৰটো 43% মসৃণ যাত্ৰা

BIG ON COMFORT
  • আহল বহল কেবিন: D+2 বহিব পৰাৰ ব্যৱস্থা
  • ইলেক্‌ট্ৰিক শক্তি সহায়ক ষ্টিয়েৰিং
  • উচ্চ কাৰ্য্যকাৰিতা: সৰু ঘূৰণীয়া বৃত্তৰ ব্যাসাৰ্ধ 4.7 মি.মি.
  • দীৰ্ঘ দূৰত্ব নতুবা চহৰৰ যাতায়তৰ বাবে অধিক উপযোগী

HIGH SAVINGS
  • গিয়েৰ ছিফ্‌ট এডভাইজাৰ
  • ইকো চুইচ
  • অধিক ইন্ধন সক্ষমতা-ইকো আৰু নৰ্মেল গাড়ী চলোৱাৰ দুটা বিকল্প
  • অধিক সঞ্চয়: নিম্ন চোৱা চিতাৰ খৰছ আৰু সামগ্ৰীক দীৰ্ঘায়ু জীৱন

HIGH PROFITS
  • কম সময়ত অধিক অহা যোৱা: অধিক অহা যোৱাই অধিক ৰাজহ নিশ্চিত কৰে
  • মধ্যমীয়া বোজা আৰু প্ৰয়োগৰ বাবে ই উপযোগী

 TATA ADVANTAGE
  • 2 বছৰ নতুবা 72,000 কিলোমিটাৰৰ ষ্টেণ্ডাৰ্ড ৱাৰেণ্টি
  • 24 ঘণ্টীয়া টোল ফ্ৰী হেল্প লাইন নম্বৰ (1800-209-7979)
  • মনৰ শান্তি: টাটা সমৰ্থ আৰু সম্পূৰ্ণ সেৱা পেকেজ

জড়িত বাহনবোৰ

Tata Intra V10

Tata ইণ্ট্ৰা V10

NA

জিডব্লিউভি

NA

ফুৱেল টেংকৰ ক্ষমতা

NA

ইঞ্জিন

Tata Intra V20

Tata Intra V20

2265

জিডব্লিউভি

35/5 L CNG Cylin ... 35/5 L CNG Cylinder Capacity- 80 L(45L+35L)

ফুৱেল টেংকৰ ক্ষমতা

1199 cc

ইঞ্জিন

Image V70 Gold right I

Tata Intra V70 Gold

3490 kg

জিডব্লিউভি

35 L

ফুৱেল টেংকৰ ক্ষমতা

1497 cc

ইঞ্জিন

Tata Intra V20 Gold

Tata Intra V20 Gold

2550 Kg

জিডব্লিউভি

Petrol Fuel Tank ... Petrol Fuel Tank - 35L / CNG Cylinder - 80 L(45L+35L and 35L)

ফুৱেল টেংকৰ ক্ষমতা

1199 CC NGNA CNG Eng ... 1199 CC NGNA CNG Engine

ইঞ্জিন